[Script Info] Title: [Events] Format: Layer, Start, End, Style, Name, MarginL, MarginR, MarginV, Effect, Text Dialogue: 0,0:00:00.00,0:00:05.00,Default,,0000,0000,0000,,প্ৰচুৰ সৃজনীশক্তি| প্ৰয়োজনৰ সময়ত আমাক লাগে প্ৰচুৰ সৃজনীশক্তি| Dialogue: 0,0:00:05.00,0:00:13.00,Default,,0000,0000,0000,,আলোচনা কৰোঁ আহক| প্ৰচুৰ সৃজনীশক্তি আচৰিতভাৱে, উদ্ভূতভাৱে, যুক্তিপূৰ্ণভাৱে আৰু অযুক্তিপূৰ্ণভাৱে শক্তিশালী| Dialogue: 0,0:00:13.00,0:00:17.00,Default,,0000,0000,0000,,সৃজনীশক্তিয়ে প্ৰচাৰ কৰিব পাৰে সহনশীলতা, জিনিব পাৰে স্বাধীনতা, Dialogue: 0,0:00:17.00,0:00:20.00,Default,,0000,0000,0000,,শিক্ষাক এটা উজ্জ্বল আদৰ্শহেন কৰি দেখুৱাব পাৰে Dialogue: 0,0:00:20.00,0:00:21.00,Default,,0000,0000,0000,,(হাঁহি) Dialogue: 0,0:00:21.00,0:00:25.00,Default,,0000,0000,0000,,সৃজনীশক্তিয়ে বঞ্চনাৰ ওপৰত আলোকপাত কৰিব পাৰে, Dialogue: 0,0:00:25.00,0:00:29.00,Default,,0000,0000,0000,,বা দেখুৱাব পাৰে যে আচলতে বঞ্চনা ঠিক দেখাৰ দৰে নহয় Dialogue: 0,0:00:29.00,0:00:32.00,Default,,0000,0000,0000,,সৃজনীশক্তিয়ে কোনো ৰাজনীতিবিদক নিৰ্বাচিত কৰিব পাৰে, Dialogue: 0,0:00:32.00,0:00:35.00,Default,,0000,0000,0000,,বা কোনো দলক অনিৰ্বাচিত কৰিব পাৰে, Dialogue: 0,0:00:35.00,0:00:39.00,Default,,0000,0000,0000,,কোনো যুদ্ধক শোকাবহ বা ভেকোঁভাওনাহেন কৰি তুলিব পাৰে Dialogue: 0,0:00:39.00,0:00:43.00,Default,,0000,0000,0000,,সৃজনীশক্তি কোনো সংস্কৃতিস্ৰষ্টা- আমাৰ টি-চাৰ্টত শ্লোগান লিখা Dialogue: 0,0:00:43.00,0:00:45.00,Default,,0000,0000,0000,,আৰু আমাৰ মুখত কথা দিয়া Dialogue: 0,0:00:45.00,0:00:48.00,Default,,0000,0000,0000,,কোনো বাটকটীয়া যিয়ে আমাক দেখুৱায় এটা সহজ বাট Dialogue: 0,0:00:48.00,0:00:50.00,Default,,0000,0000,0000,,নৈতিকতাৰ অলঙ্ঘনীয় চক্ৰবেহুৰ মাজেদি| Dialogue: 0,0:00:50.00,0:00:55.00,Default,,0000,0000,0000,,বিজ্ঞান চতুৰ, কিন্তু সৃজনীশক্তি তাতকৈ অলপ কম বোধগম্য Dialogue: 0,0:00:55.00,0:00:58.00,Default,,0000,0000,0000,,আৰু বেছি যাদুকৰী| আৰু আমাক এতিয়া সেই যাদুৰ প্ৰয়োজন| Dialogue: 0,0:00:58.00,0:01:00.00,Default,,0000,0000,0000,,এয়া সেই প্ৰয়োজনৰ সময়| Dialogue: 0,0:01:00.00,0:01:02.00,Default,,0000,0000,0000,,আমাৰ জলবায়ু খৰকৈ সলনি হৈছে, খুব খৰকৈ| Dialogue: 0,0:01:02.00,0:01:05.00,Default,,0000,0000,0000,,আৰু সৃজনীশক্তিৰ প্ৰয়োজন হৈছে সৃজনীশক্তিয়ে কৰিব জনা কামবোৰৰ বাবেঃ Dialogue: 0,0:01:05.00,0:01:09.00,Default,,0000,0000,0000,,নাটকীয় কোনো সৃজনীশীল মতেৰে আমাক নতুন ধৰণেৰে চিন্তা কৰিবলৈ উদ্বুদ্ধ কৰি তুলিবৰ বাবে| Dialogue: 0,0:01:09.00,0:01:11.00,Default,,0000,0000,0000,,আমাক আন ধৰণেৰে কাম কৰিবলৈ উদ্বুদ্ধ কৰাৰ বাবে Dialogue: 0,0:01:11.00,0:01:14.00,Default,,0000,0000,0000,,সৰু সৰু সৃজনীশীলতাৰ আনন্দময় টুকুৰাৰ সৈতে| Dialogue: 0,0:01:14.00,0:01:17.00,Default,,0000,0000,0000,,এয়া মই জড়িত থকা তেনে এটুকুৰা কাম Dialogue: 0,0:01:17.00,0:01:20.00,Default,,0000,0000,0000,,য'ত সৃজনীশীলতাই ৰাইজক পৰিবেশ সচেতন হ'বলৈ উদগনি দিব Dialogue: 0,0:01:20.00,0:01:24.00,Default,,0000,0000,0000,,ভিডিঅ': পুৰুষঃ বুজিছা, আজি গাড়ীত যোৱাতকৈ মই খোজেৰেই যাওঁ| Dialogue: 0,0:01:24.00,0:01:28.00,Default,,0000,0000,0000,,নেপথ্যতঃ আৰু তেওঁ বাট বাই গ'ল আৰু দেখিলে দেধাৰ Dialogue: 0,0:01:28.00,0:01:32.00,Default,,0000,0000,0000,,আচৰিত আৰু বিস্ময়কৰ বস্তু যি তেওঁ অন্যথা নেদেখিলেহেঁতেন| Dialogue: 0,0:01:32.00,0:01:35.00,Default,,0000,0000,0000,,ভৰি খজুৱাই থকা হৰিণা এটা| উৰণীয়া মটৰ চাইকেল এখন| Dialogue: 0,0:01:35.00,0:01:40.00,Default,,0000,0000,0000,,এখন ৰহস্যময় দেৱালে চাইকেল এখনৰ পৰা নিলগাই ৰখা দেউতাক-জীয়েক এহাল Dialogue: 0,0:01:40.00,0:01:45.00,Default,,0000,0000,0000,,তেওঁ থমকি ৰ'ল| তেওঁৰ সমুখতে তাই খোজ দি গৈ আছে| Dialogue: 0,0:01:45.00,0:01:47.00,Default,,0000,0000,0000,,একেজনী মানুহ যিয়ে ল'ৰালিত তেওঁৰ স'তে সৰু ছোৱালীজনীহৈ পথাৰত দেও দি ফুৰিছিল Dialogue: 0,0:01:48.00,0:01:49.00,Default,,0000,0000,0000,,আৰু তেওঁৰ হৃদয় ভাঙিছিল| Dialogue: 0,0:01:49.00,0:01:51.00,Default,,0000,0000,0000,,নিশ্চয়কৈ তাইৰ বয়সে ভাটি দিছে| Dialogue: 0,0:01:51.00,0:01:52.00,Default,,0000,0000,0000,,আচলতে তাইৰ বয়সে বাৰুকৈয়ে ভাটি দিছে| Dialogue: 0,0:01:52.00,0:01:55.00,Default,,0000,0000,0000,,কিন্তু তেওঁৰ যেন তাইৰ প্ৰতি থকা সকলো আবেগ আকৌ উথলি আহিল| Dialogue: 0,0:01:55.00,0:01:58.00,Default,,0000,0000,0000,,"ফ'ৰ্ড," তেওঁ লাহেকৈ ক'লে| তাইৰ নাম সেইটো| Dialogue: 0,0:01:59.00,0:02:01.00,Default,,0000,0000,0000,,"একোকে নক'বা গাষ্টি," তাই ক'লে Dialogue: 0,0:02:01.00,0:02:02.00,Default,,0000,0000,0000,,তেওঁৰ নাম সেয়া| Dialogue: 0,0:02:02.00,0:02:07.00,Default,,0000,0000,0000,,"চৰাইঘৰটোৰ কাষতে এটা তম্বু আছে, ইয়াৰ পৰা ৩০০ গজমান দূৰত| Dialogue: 0,0:02:07.00,0:02:10.00,Default,,0000,0000,0000,,ব'লা তালৈকে যাওঁ আৰু দুয়ো দুয়োতে মিলি যাওঁ" Dialogue: 0,0:02:10.00,0:02:14.00,Default,,0000,0000,0000,,ফ'ৰ্ডে কাপোৰ খুলিলে| তাই এখন ভৰি বহলাই মেলিলে, তাৰপাছত আনখন| Dialogue: 0,0:02:14.00,0:02:18.00,Default,,0000,0000,0000,,গাষ্টি তাইৰ মাজত বিলীন হ'ল আৰু ছন্দিত সম্ভোগত লিপ্ত হ'ল Dialogue: 0,0:02:18.00,0:02:21.00,Default,,0000,0000,0000,,আৰু তাই তাকে কেমেৰাত বন্দী কৰিলে কাৰণ তাই চৌখিন প্ৰাপ্তবয়স্ক চিত্ৰ নিৰ্মাতা Dialogue: 0,0:02:21.00,0:02:23.00,Default,,0000,0000,0000,,পৃ্থিৱীখন কঁপি উঠিল-দুয়োৰে বাবে| Dialogue: 0,0:02:23.00,0:02:26.00,Default,,0000,0000,0000,,আৰু দুয়ো আজীৱন আনন্দেৰে থাকিল| Dialogue: 0,0:02:26.00,0:02:31.00,Default,,0000,0000,0000,,আৰু সকলোবোৰ হ'ল কেৱল তেওঁ সেইদিনা খোজেৰে যোৱাৰ বাবে| Dialogue: 0,0:02:32.00,0:02:42.00,Default,,0000,0000,0000,,(হাত চাপৰি) Dialogue: 0,0:02:42.00,0:02:45.00,Default,,0000,0000,0000,,এণ্ডি হবছবামঃ আমাৰ হাতত বিজ্ঞান আছে, তৰ্কও আমি কৰিলোঁ| Dialogue: 0,0:02:45.00,0:02:47.00,Default,,0000,0000,0000,,নৈতিক ৰায়টি এতিয়া আপোনালোকৰ সমুখত| Dialogue: 0,0:02:47.00,0:02:49.00,Default,,0000,0000,0000,,প্ৰচুৰ সৃজনীশক্তি প্ৰয়োজন এই সকলোবোৰৰ বাবে, Dialogue: 0,0:02:49.00,0:02:51.00,Default,,0000,0000,0000,,সৰল আৰু ক্ষুৰধাৰ কৰিবলৈ| Dialogue: 0,0:02:51.00,0:02:55.00,Default,,0000,0000,0000,,সম্পৰ্ক গঢ়িবলৈ| মানুহক সক্ৰিয় কৰিবলৈ| Dialogue: 0,0:02:55.00,0:02:57.00,Default,,0000,0000,0000,,সেয়ে এয়া এক আহ্বান, এটি গোহাৰি, Dialogue: 0,0:02:57.00,0:02:59.00,Default,,0000,0000,0000,,বুদ্ধিদীপ্ত অতুলনীয় টেড্ সমাজলৈ| Dialogue: 0,0:02:59.00,0:03:01.00,Default,,0000,0000,0000,,আহক জলবায়ু পৰিবৰ্ত্তনৰ বিৰূদ্ধে সৃষ্টিশীল হওঁ| Dialogue: 0,0:03:01.00,0:03:03.00,Default,,0000,0000,0000,,আৰু অনতিপলপে হওঁহক| ধন্যবাদ| Dialogue: 0,0:03:03.00,0:03:04.00,Default,,0000,0000,0000,,(হাত চাপৰি)